১) স্থিতিবৈদ্য়ুতিক বিভৱ কাক বোলে ?
উত্তৰঃ একক ধনাত্মক আধান এটা অসীমৰ পৰা স্থিতিবৈদ্য়ুতিক বলৰ বিপৰীতে বৈদ্য়ুতিক ক্ষেত্ৰ এখনৰ কোনো এটা বিন্দুলৈ আনোঁতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণকে সেই বিন্দুটোৰ বিভৱ বোলে । ইয়াক V ৰে বুজোৱা হয় ।
| এই অধ্য়ায়টোৰ সকলোখিনি নোটছ অসমীয়াত চাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ মুখ্য় ৱেবচাইট www.edorb.in লৈ যাওঁক অথবা পোনপটিয়াকৈ তলত ক্লিক কৰক – |