1) ধাতু, অন্তৰক আৰু অৰ্ধপৰিবাহীৰ শ্ৰেণীবিভাজনঃ
ক) বৈদ্য়ুতিক পৰিবাহিতাৰ ভিত্তিত কঠিন পদাৰ্থসমূহক তলত দিয়া ধৰণে ভাগ কৰা হয় –
i) ধাতু – এইবোৰ পদাৰ্থৰ পৰিবাহিতা অতি বেছি অথবা ৰোধকতা অতি নিম্নমানৰ ।
![]()
ii) অৰ্ধপৰিবাহী – এইবোৰ পদাৰ্থৰ পৰিবাহিতা ধাতু আৰু অন্তৰক পদাৰ্থৰ মাজতে হয় ।
![]()
iii) অন্তৰক – এইবোৰৰ পৰিবাহিতা অতি নিম্ন মানৰ অথবা ৰোধকতা অতি উচ্চমানৰ ।
![]()
| এই অধ্য়ায়টোৰ সকলোখিনি নোটছ অসমীয়াত চাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ মুখ্য় ৱেবচাইট www.edorb.in লৈ যাওঁক অথবা পোনপটিয়াকৈ তলত ক্লিক কৰক – |
অৰ্ধপৰিবাহীৰ প্ৰকাৰঃ
১) মৌল অৰ্ধপৰিবাহীঃ উদাহৰণ – Si আৰু Ge
২) যৌগ অৰ্ধপৰিবাহীঃ
অজৈৱ অৰ্ধপৰিবাহীঃ উদাহৰণ – CdS, GaAs, CdSe ইত্য়াদি
জৈৱ অৰ্ধপৰিবাহীঃ উদাহৰণ – এন্ট্ৰাচিন
| আমাৰ ৱেবচাইট www.edorb.in ত উপলব্ধ আন সুবিধাসমূহ- ১) প্ৰতিটো শ্ৰেণীৰ সকলো বিষয়ৰ সকলো অধ্য়ায়ৰ সম্পূৰ্ণ নোটছ । নোটছসমূহ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্য়মতে উপলব্ধ । ২) NEET, JEE, CEE আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অফলাইন আৰু অনলাইন ক ‘চিং ৰ সুবিধা । ৩) অসমৰ HSLC আৰু HS পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্য়মতে বিশেষভাৱে তৈয়াৰী পাঠ্য়ক্ৰম । ৪) বিভিন্ন পৰীক্ষাৰ শতাধিক প্ৰশ্নকাকতৰ ভাণ্ডাৰ । ৫) আৰু বহুতো….. গতিকে আজিয়েই লগ ইন কৰক আৰু প্ৰতিটো কঠিন বিষয় নিজৰ ভাষাত সহজকৈ শিকাৰ আনন্দ লওঁক – |